প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে সকলোকে বিশেষকৈ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক জ্যেষ্ঠ অষ্টমীৰ শুভেচ্ছা জনাইছে

Posted On: 08 JUN 2022 1:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক পৱিত্ৰ জ্যেষ্ঠ অষ্টমী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"সকলোকে, বিশেষকৈ মোৰ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক জ্যেষ্ঠ অষ্টমী উপলক্ষে শুভেচ্ছা জনাইছোঁ। সকলোৰে কল্যাণ আৰু সমৃদ্ধিৰ বাবে আমি মাতা ক্ষীৰ ভৱানীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।"

 

***

DS/ST/KG



(Release ID: 1832442) Visitor Counter : 94