প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তামিল নাডুত সলিল সমাধি ঘটা যুৱকৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 06 JUN 2022 11:04AM by PIB Guwahati

তামিল নাডুৰ কুড্ডালোৰত সলিল সমাধি ঘটি যুৱকে মৃত্যু সাৱটি লোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধনমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কোৱা হৈছে;

“তামিল নাডুৰ কোড্ডালোৰত পানীত ডুবি যুৱকৰ মৃত্যু হোৱা ঘটনাই মোক ব্যথিত কৰিছে। দুখৰ এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো: প্ৰধানমন্ত্ৰী”

 

***

DS/SH/KB


(रिलीज़ आईडी: 1832038) आगंतुक पटल : 207
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam