প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ গাওঁসমূহত আমাৰ সুশাসনৰ প্ৰচেষ্টাৰ মূল বিষয় হৈছে জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰযুক্তিৰ শক্তিক লাভান্বিত কৰা: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
পোষ্ট কৰা হৈছে:
24 APR 2022 11:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ গাওঁসমূহত আমাৰ সুশাসনৰ প্ৰচেষ্টাৰ মূলে আছে জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰযুক্তিৰ শক্তি। ইয়াৰ বাবে শ্ৰী মোদীয়ে স্বামীত্ব আঁচনিৰ উদাহৰণ দিয়ে, যাৰ ফলাফল যথেষ্ট ভাল হৈছে।
MyGov India ৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাৰতৰ গাওঁসমূহত আমাৰ সুশাসনৰ প্ৰচেষ্টাৰ মূল বিষয় হৈছে জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰযুক্তিৰ শক্তিক লাভান্বিত কৰা। ইয়াৰ এক উদাহৰণ হৈছে মালিকীস্বত্ব আঁচনি, যাৰ ফলাফল অতি ভাল হৈছে। "
***
DS/SH/RD
(ৰিলিজ আই ডি : 1831438)
অতিথি কক্ষ : 170
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam