প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ইজৰাইলৰ উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) বেঞ্জামিন গাণ্টজৰ

प्रविष्टि तिथि: 02 JUN 2022 8:20PM by PIB Guwahati

এক চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হোৱা ইজৰাইলৰ উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) বেঞ্জামিন গাণ্টজে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

দুয়োগৰাকী নেতাই বিগত বছৰসমূহত ভাৰত আৰু ইজৰাইলৰ মাজত ক্ৰমৱৰ্ধমান প্ৰতিৰক্ষা সহযোগিতাৰ পৰ্যালোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে ইজৰাইলৰ প্ৰতিৰক্ষা কোম্পানীসমূহক ভাৰতত সহ-উন্নয়ন আৰু সহ-উৎপাদনৰ সুযোগ লাভ কৰিবলৈ উৎসাহিত কৰে।

 

***

DS/BM/DB


(रिलीज़ आईडी: 1831273) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada