প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        যোৱা মাহৰ মন কী বাতৰ ভিত্তিত প্ৰস্তুত কৰা এখন পুস্তিকা শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
                    
                    
                        
                    
                
                
                    Posted On:
                22 MAY 2022 1:33PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত মন কী বাতৰ খণ্ডত আলোচনা কৰা আকৰ্ষণীয় বিষয়ক লৈ প্ৰস্তুত কৰা এখনি পুস্তিকা শ্বেয়াৰ কৰে৷ 
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “অহা সপ্তাহৰ #MannKiBaat অনুষ্ঠানৰ বাবে মই অসংখ্য ইনপুট লাভ কৰিছো৷ যুৱক-যুৱতীকসকলে ইমান সংখ্যাক মতামত শ্বেয়াৰ কৰা দেখি সুখী হৈছো৷ যোৱা মাহত মন কী বাতৰ খণ্ডত আলোচনা কৰা আকৰ্ষণীয় বিষয়ক লৈ এখন পুস্তিকা প্ৰস্তুত কৰা হৈছে৷” 
http://davp.nic.in/ebook/mkbhin2022/index.html"
 
***
DS/ST/DB
                
                
                
                
                
                (Release ID: 1827843)
                Visitor Counter : 147
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam