প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিহাৰৰ কেইবাখনো জিলাত ধুমুহা আৰু বজ্ৰপাতৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
20 MAY 2022 11:12PM by PIB Guwahati
বিহাৰৰ কেইবাখনো জিলাত ধুমুহা আৰু বজ্ৰপাতৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে স্থানীয় প্ৰশাসনে নিষ্ঠা সহকাৰে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"বিহাৰৰ কেইবাখনো জিলাত ধুমুহা আৰু বজ্ৰপাতৰ ফলত কেইবাজনো লোকৰ প্ৰাণহানি হোৱা ঘটনাত অত্যন্ত মৰ্মাহত হৈছোঁ। ভগৱানে শোক সন্তপ্ত পৰিয়ালসমূহক এই অপাৰ দুখ-কষ্ট সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। ৰাজ্য চৰকাৰৰ তত্ত্বাৱধানত স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। "
************************
DS/KG
(रिलीज़ आईडी: 1827486)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam