প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
17 MAY 2022 8:56AM by PIB Guwahati
উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁলোকে সুশাসন আৰু সকলো নাগৰিকৰ বাবে 'জীৱন ধাৰণৰ সহজতা' সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে এইদৰে;
"উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সৈতে এক বিস্তৃত বাৰ্তালাপ হৈছিল। আমি সকলোৱে নাগৰিকসকলৰ বাবে সুশাসন আৰু 'জীৱন ধাৰণৰ সহজতা' সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ।"
***
DS/ST/KG
(ৰিলিজ আই ডি : 1826141)
অতিথি কক্ষ : 183
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam