প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রী আনুষ্ঠানিক ভ্ৰমণত নেপালৰ লুম্বিনীত উপস্থিত

प्रविष्टि तिथि: 16 MAY 2022 11:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ জয়ন্তীৰ পৱিত্ৰ অনুষ্ঠানৰ সূচীত আজি পুৱা আনুষ্ঠানিক ভ্ৰমণত নেপালৰ লুম্বিনীত উপস্থিত হয়।

লুম্বিনীত তেওঁৰ আগমনত নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী শ্বেৰ বাহাদুৰ দেউবা, তেওঁৰ পত্নী ডাঃ আৰ্জু ৰাণা দেউবা আৰু নেপাল চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী মোদীক উষ্ম আদৰণি জনায়।

প্রধানমন্ত্রী হিচাপে শ্ৰী মোদীৰ এয়া পঞ্চম নেপাল আৰু প্ৰথম লুম্বিনী ভ্ৰমণ।

 

***

 

DS/ST


(रिलीज़ आईडी: 1825886) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam