প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘মোডী@২০: ড্ৰীমছ মীট ডেলিভাৰী’ত অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিৰ মন্তব্য

Posted On: 13 MAY 2022 7:11PM by PIB Guwahati

‘মোডী@২০-ড্ৰীমছ মীট ডেলিভাৰী’ নামৰ গ্ৰন্থখনত অৰিহণা আগবঢ়াওতা বিশিষ্ট ব্যক্তিসকলে তেওঁলোকে যুগুত কৰা অধ্যায়সমূহৰ বিষয়ৰ লগতে এই অধ্যায়সমূহ যুগুতোৱাৰ সময়ত হোৱা তেওঁলোকৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰিছে। অলপতে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুয়ে এই গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে। ২১টা প্ৰবন্ধ সন্নৱিষ্ট কৰা গ্ৰন্থখনত ২২গৰাকী বিশেষ ক্ষেত্ৰৰ বিশেষজ্ঞই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চিন্তা আৰু পাৰদৰ্শী প্ৰদৰ্শনসমূহ, গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু পৰৱৰ্তি পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে, ৰাজ্য আৰু ৰাষ্ট্ৰ পৰ্যায়ৰ চৰকাৰত অতিবাহিত কৰা ২০ বছৰীয়া কালছোৱাৰ বিভিন্ন দিশসমূহ উন্মোচিত কৰিছে।

‘দি যুথ চেনেল’, ‘নিউ ইণ্ডিয়া জাংশ্যন’-য়ে কৰা টুইটসমূহক লৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পুনৰাই এলানি টুইট কৰিছে। তলত সেই টুইট বাৰ্তাসমূহৰ বক্তব্যবোৰ উল্লেখ কৰা হল।

ভাৰতৰ বিশিষ্ট বেডমিণ্টন খেলুৱৈ আৰু দুটাকৈ অলিম্পিক পদক অৰ্জন কৰোটা @Pvsindhu1 য়ে ‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থত সন্নিৱ্ষ্ট তেওঁৰ অধ্যায়টোত-

“প্ৰধানমন্ত্ৰী নিঃসন্দেহেই ‘য়ুথ আইকন’ বুলি উল্লেখ কৰি ইয়াৰ সপক্ষত যুক্তি দাঙি ধৰে”। তেওঁ কৰা ব্যাখ্যা থোৰতে তেওঁ লিখা অধ্যায়টোত পঢ়ক।

#ModiAt20Book pic.twitter.com/jOK7UG0uVe

 

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থত সন্নিৱিষ্ট তেওঁৰ অধ্যায়টোত @isolarallianceৰ সঞ্চালক অজয় মাথুৰ।

“পৰ্যাবৰণৰ সুৰক্ষা আৰু উন্নয়ণৰ প্ৰয়োজনীয়তাসমূহৰ মাজত প্ৰধানমন্ত্ৰী মোদীয়ে সু-সমন্বয় সাধন কৰিব পৰাটো সঁচাকৈ সন্মোহিত কৰিব পৰা বিধৰ” বুলি উল্লেখ কৰিছে এইটো অধ্যায়ত।

.#ModiAt20Book pic.twitter.com/Q645kKQ2ic

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

ভাগিৰথী প্ৰয়াসী, সমাদৃত গ্ৰন্থ ৰচয়িতা@authoramishগৰাকীয়ে ‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সাংস্কৃতি আৰু সভ্যতা সংপৃক্ত ঐতিহ্যসমূহৰ সংৰক্ষণ আৰু পুনৰুথ্থানৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ বিষয়ে লিখিছে।

#ModiAt20Book pic.twitter.com/sLB6FSNwp2

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

বুদ্ধিদীপ্ত অভিনেতা অনুপম খেৰ@AnupamPKherয়ে প্ৰধানমন্ত্ৰী মোদীকনো আজিৰ “এই সংকটৰ মুহূৰ্তৰ আটাইতকৈ বিশ্বাসী ব্যক্তি” বুলি কিয় গণ্য কৰা হৈছে এই সন্দৰ্ভত ‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত ব্যাখ্যা দাঙি ধৰিছে।

#ModiAt20Book pic.twitter.com/W3L08sweup

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

ভাৰতৰ যশস্বী কৃষি বিজ্ঞানী অধ্যাপক @agulati115 য়ে ‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত প্ৰধানমন্ত্ৰী মোদীৰ কৃষি সম্পৰ্কীয় তথ্যৰ উল্লেখ কৰিছে।

#ModiAt20Book pic.twitter.com/xpVurVt1VH

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰাক্তন প্ৰধান  সচিব শ্ৰী মিশ্ৰই ‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত “খ্যাতি অৰ্জন কৰা সুফল-প্ৰদায়িনী ব্যৱস্থাটো”ৰ চাক্ষুস বৰ্ণনা দাঙি ধৰিছে।

#ModiAt20Book pic.twitter.com/4vV998vHC7

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত প্ৰবাসী ভাৰতীয়সকলৰ প্ৰসিদ্ধ আৰু খ্যাতিমন্ত সদস্য অধ্যাপক @manojladwa-ই লিখিছে

#ModiAt20Book pic.twitter.com/fbbe5ycKMc

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত ভাৰতৰ প্ৰসিদ্ধ ছেফ’লজিষ্ট@PradeepGuptaAMI-য়ে লিখিছে “প্ৰধানমন্ত্ৰী মোদীয়ে কেনেকৈ নিৰ্বাচনীপ্ৰক্ৰিয়াটোক চিৰদিনৰ বাবে সলনি কৰিলে”।

#ModiAt20Book pic.twitter.com/aAi35quNda

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী @DrSJaishankar-য়ে নিতান্ত ব্যক্তিগত ভাবে লাভ কৰা কেতবোৰ মজাৰ অভিজ্ঞতাৰ কথা লিখিছে।

#ModiAt20Book pic.twitter.com/U5kiTkRnuq

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত প্ৰথম প্ৰজন্মৰ উদ্যোগী @udaykotak-য়ে “ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ প্ৰমূল্যৰ গুৰুত্ব আৰু সম্পদ-সৃষ্টিকৰোতাসকলৰ সন্মান ক’ত কেনেকৈ বাঢ়িল” সেই বিষয়ে লিখিছে।

#ModiAt20Book pic.twitter.com/kvPeNPzD1F

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত ভাৰতৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা ড০ ভি অনন্ত নাগেশ্বৰণে “অৰ্থনৈতিক প্ৰকল্পসমূহ দ্ৰুত গতিৰে আৰু বিশাল পৰিসৰৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে দেখুওৱা অনন্য দক্ষতা”ৰ বিষয়ে লিখিছে।

#ModiAt20Book pic.twitter.com/2fIyGt4qOI

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত ‘চিআইআই’-ৰ প্ৰাক্তন অধ্যক্ষ তথা ‘এপ’লো গোষ্ঠী’ৰ উপ সভাপতি @shobanakamineni য়ে লিখিছে “এয়া কেৱল মহিলাৰ উন্নয়ণেই হৈ থকা নাই, বৰং এয়াযে মহিলাৰ নেতৃত্বত আগবঢ়া উন্নয়ণৰ যুগো হৈ উঠিছে”।

#ModiAt20Book pic.twitter.com/G6Wk8YPeKA

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত ‘আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি’ৰ কাৰ্যবাহী সঞ্চালক ড০@surjitbhalla ই “শ্ৰী মোদীৰ ৰাজনীতিয়ে কেনেকৈ আটাইতকৈ প্ৰভাৱশালী ৰূপত দৰিদ্ৰসকলক স্পৰ্শ কৰিবগৈ পাৰিছে” তাৰ তথ্যসমৃদ্ধ ব্যাখ্যা দাঙি ধৰিছে।

#ModiAt20Book pic.twitter.com/mMMK11NqZ5

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত ভাৰতৰ এগৰাকী আটাইতকৈ সন্মানীয় চিকিত্সা বিশেষজ্ঞ @NarayanaHealthৰ ডা০ দেৱী চেট্টীয়ে “ক’ভিড-১৯ অতিমাৰীৰ সংকট প্ৰবন্ধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা বীৰোচিত ভূমিকা”ৰ তথ্যসমৃদ্ধ ব্যাখ্যা দাঙি ধৰিছে।

#ModiAt20Book pic.twitter.com/jHUDR175I8

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক @APanagariyaই প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত তেওঁৰ ব্যাখ্যা দাঙি ধৰিছে।

#ModiAt20Book pic.twitter.com/dMFee0F21u

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত প্ৰসিদ্ধ প্ৰযুক্তিবিদ @NandanNilekaniয়ে “সু-শাসনৰ এগৰাকী পাৰদৰ্শীয়ে কৰা প্ৰযুক্তিৰ সদ্ব্যৱহাৰ”ৰ বিষয়ে লিখাৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰে জড়িত কেতবোৰ ঘটনা তথা তেওঁৰ বিশ্লেষণ দাঙি ধৰিছে।

 

#ModiAt20Book pic.twitter.com/Z5nulLRntO

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত বিশিষ্ট অৰ্থনীতিবিদ তথা গ্ৰন্থ প্ৰণেতা অধ্যাপক @ShamikaRaviয়ে ‘সুক্ষ্ম-বিপ্লৱৰ জৰিয়তে লক্ষ লক্ষজনৰ জীৱনক মহীয়ান কৰি তোলাৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱৰে প্ৰভাৱান্বিত কৰা” সন্দৰ্ভত তেওঁৰ বিশ্লেষণ দাঙি ধৰিছে।

#ModiAt20Book pic.twitter.com/Z8WeyN406t

-নিউ ইণ্ডিয়া জাংশ্যন(@nijunction) ১৩ মে’, ২০২০

‘মোডী@২০ : ড্ৰীমছ মীট ডেলিভাৰী’ গ্ৰন্থৰ তেওঁৰ অধ্যায়টোত বিশিষ্ট লেখিকা তথা পৰহিতৈষী সুধা মূৰ্তিয়ে ‘উইণ্ড অব চেঞ্জ’ বুলি অভিহিত কৰি ব্যক্তিগত জীৱনৰ বিভিন্ন মজাৰ ঘটনাৰ উল্লেখৰে ভাৰতত সম্পাদিত হোৱা পৰিৱৰ্তনৰ ধৰা সন্দৰ্ভত তেওঁৰ বিশ্লেষণ দাঙি ধৰিছে

#ModiAt20Book pic.twitter.com/Mo9B3aRrnD

— New India Junction (@nijunction) May 13, 2022

 

***

DS/KB



(Release ID: 1825650) Visitor Counter : 145