প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসত পৃথিৱীক সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে ধাত্ৰীসকলক অভিনন্দন জনায়

प्रविष्टि तिथि: 12 MAY 2022 10:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসত পৃথিৱীক সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে ধাত্ৰীসকলক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"নাৰ্ছসকলে আমাৰ গ্ৰহটোক সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ সমৰ্পণ আৰু সংবেদনশীলতা অনুকৰণীয়। আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হৈছে সেইটো দিন, যি সময়ত আমি আমাৰ নাৰ্ছিং ষ্টাফৰ উৎকৃষ্ট কাৰ্যাৱলী, আনকি অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিতো উত্তম কাৰ্য কৰা বাবে তেওঁলোকৰ প্ৰতি বাৰম্বাৰ কৃতজ্ঞতা প্ৰকাশ কৰো।"

 

***

 

DS/ST


(रिलीज़ आईडी: 1824659) आगंतुक पटल : 207
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam