প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজৰাইল দিৱস উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বার্তাৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 05 MAY 2022 8:50PM by PIB Guwahati

নমস্কাৰ!

শালোম!

ইজৰাইলৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰ আৰু সমগ্ৰ ভাৰতবাসীৰ হৈ মই সমগ্ৰ ইজৰাইলী বন্ধুবৰ্গক মোৰ উষ্ণ শুভেচ্ছা জ্ঞাপন কৰিলো৷ এই বছৰ আমি আমাৰ কূটনৈতিক সম্পর্কৰ ৩০সংখ্যক বর্ষ উদযাপন কৰিছো৷ এই অধ্যায় নতুন হ’লেও দুয়োখন দেশৰ সম্পর্কৰ ইতিহাস বহু পুৰণি। মই আশা কৰো অনাগত দিনত আমাৰ সম্পর্ক আৰু অধিক সুদৃঢ় হ’ব।

ধন্যবাদ!

তোডা ৰাব্বা!

 

***

DS/ST/DB


(ৰিলিজ আই ডি : 1823810) অতিথি কক্ষ : 208