প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অনুপম খেৰ জীক তেওঁৰ মাতৃৰ আশীৰ্বাদৰ বাবে ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
Posted On:
23 APR 2022 11:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অনুপম খেৰৰ মাতৃ আৰু দেশবাসীক আশীৰ্বাদ প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে৷ আজি শ্ৰী খেৰে শ্ৰী মোদীক সাক্ষাৎ কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীলৈ তেওঁৰ মাতৃয়ে দিয়া ৰুদ্ৰাক্ষ মালা আগবঢ়াই দিয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ
"@AnupamPKher ক অশেষ ধন্যবাদ জনাইছো। সন্মানীয় মাতৃগৰাকী আৰু দেশবাসীৰ এই আশীৰ্বাদে ভাৰত মাতাৰ সেৱা কৰি যাবলৈ মোক অনুপ্ৰাণিত কৰিছে।"
***
DS/SB
(Release ID: 1819765)
Visitor Counter : 143
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam