প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ সচিব প্ৰধান ড০ টেড্ৰ’ছ গেব্ৰেয়েছাছক সাক্ষাৎ কৰে
পোষ্ট কৰা হৈছে:
19 APR 2022 9:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ টেড্ৰোছ গেব্ৰেয়েছাছক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থাৰ গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
“@DrTedrosক লগ পোৱা আৰু স্বাস্থ্য খণ্ডক অধিক শক্তিশালী কৰাক লৈ মত বিনিময় কৰাটো সদায় আনন্দদায়ক। মাননীয় টেড্ৰোছে সদায় তেওঁৰ জীৱনত ভাৰতীয় শিক্ষকসকলৰ প্ৰভাৱৰ কথা গৌৰৱেৰে উল্লেখ কৰি আহিছে। আজি তেওঁ নিজৰ গুজৰাটী দক্ষতাৰ বাবেও যথেষ্ট প্ৰশংসা লাভ কৰিছে।"
***
DS
(ৰিলিজ আই ডি : 1818851)
অতিথি কক্ষ : 161
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam