প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক ইষ্টাৰ উপলক্ষে শুভেচ্ছা জনায়
পোষ্ট কৰা হৈছে:
17 APR 2022 8:56AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কৈছে;
"হেপ্পী ইষ্টাৰ! আমি যীশু খ্ৰীষ্টৰ ধাৰণা তথা আদৰ্শ আৰু তেওঁৰ দ্বাৰা সামাজিক ন্যায়ৰ লগতে কৰুণাৰ ওপৰত জোৰ দিবলৈ স্মৰণ কৰো। আমাৰ সমাজত আনন্দ আৰু ভ্ৰাতৃত্বৰ ভাব অব্যাহত থকাটো কামনা কৰিছো।"
***
DS/ST
(ৰিলিজ আই ডি : 1818015)
অতিথি কক্ষ : 168
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam