প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুড ফ্ৰাইডেত যীচু খ্ৰীষ্টৰ সাহস আৰু ত্যাগৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 APR 2022 9:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যীচু খ্ৰীষ্টৰ সেৱা আৰু ভাতৃত্ববোধৰ আদৰ্শ অসংখ্য লোকৰ বাবে এক পথপ্ৰদৰ্শক।

গুড ফ্ৰাইডে উপলক্ষে প্ৰধানমন্ত্ৰীয়ে টুইট যোগে কয়:

"আজি গুড ফ্ৰাইডেত আমি যীচু খ্ৰীষ্টৰ সাহস আৰু ত্যাগৰ কথা স্মৰণ কৰিছো। তেওঁৰ সেৱা আৰু ভাতৃত্ববোধৰ আদৰ্শ অগণন লোকৰ বাবে এক পথপ্ৰদৰ্শক।"

 

***

DS/SH/RD


(रिलीज़ आईडी: 1817992) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam