প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় সংগীতজ্ঞ ৰিকি কেজক 'ডিভাইন টাইডছ' এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰাৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 APR 2022 6:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সংগীতজ্ঞ ৰিকি কেজক তেওঁৰ এলবাম 'ডিভাইন টাইডছ'ৰ বাবে গ্ৰেমী বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
ৰিকি কেজৰ এটা টুইটত আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
"এই উল্লেখযোগ্য সাফল্যৰ বাবে অভিনন্দন আৰু আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা!"
***
DS/SH/RD
(रिलीज़ आईडी: 1814026)
आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada