প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে যোৱা মাহৰ মত কী বাতৰ আমোদজনক দিশ প্ৰদৰ্শিত এখন বুকলেট শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
25 MAR 2022 12:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহৰ মত কী বাতৰ আমোদজনক দিশ প্ৰদৰ্শিত এখন বুকলেট শ্বেয়াৰ কৰে। এই বুকলেটত আছে যোৱা মাহৰ মন কী বাতত সন্নিবিষ্ট ব্যক্তিসকলৰ সাক্ষাতকাৰ। প্ৰধানমন্ত্ৰীয়ে লগতে এই কথাও জানিবলৈ দিয়ে যে এই মাহৰ মন কী বাত অনুষ্ঠান ২৭ মাৰ্চৰ পুৱা ১১ বজাত সম্প্ৰচাৰ হ’ব।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
"যোৱা মাহৰ মত কী বাতৰ আমোদজনক দিশ প্ৰদৰ্শিত এখন বুকলেট আপোনালোকৰ বাবে শ্বেয়াৰ কৰিলো। ইয়াত কিছুসংখ্যক লোকৰ সাক্ষাতকাৰো অন্তৰ্ভুক্ত কৰা হৈছে।
চলিত মাহৰ মন কী বাত ২৭ মাৰ্চৰ পুৱা ১১ বজাত সম্প্ৰচাৰ হ’ব। সকলোৰে অংশগ্ৰহণ আশা কৰিলো।" http://davp.nic.in/ebook/mib/mannkibaat/index.html
***
DS/ST/MS
(ৰিলিজ আই ডি : 1810925)
অতিথি কক্ষ : 138
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam