প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১ এপ্ৰিল, ২০২২ত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
26 MAR 2022 11:56AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ এপ্ৰিল, ২০২২ত দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক অনুষ্ঠানত শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলৰ সৈতে মত বিনিময় কৰিব৷ তেওঁ চাপমুক্ত হৈ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ সন্দৰ্ভত বাৰ্তালাপ কৰিব৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, “আহক, আমি পুনৰবাৰ চাপমুক্ত হৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সন্দৰ্ভত বাৰ্তালাপ কৰো৷ ১এপ্ৰিলত ডাইনেমিক #ExamWarriors, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলক চলিত বৰ্ষৰ পৰীক্ষা চৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালো৷”
***
DS/ST/DB
(Release ID: 1810896)
Visitor Counter : 152
Read this release in:
Malayalam
,
Tamil
,
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu