প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অধিক বিনিয়োগকাৰীক আকৃষ্ট কৰাৰ বাবে জম্মু-কাশ্মীৰে লোৱা প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
Posted On:
22 MAR 2022 8:46PM by PIB Guwahati
অধিক বিনিয়োগকাৰীক আকৃষ্ট কৰাৰ বাবে জম্মু-কাশ্মীৰ প্ৰশাসনে লোৱা প্ৰচেষ্টাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ শ্ৰী মনোজ সিনহাৰ কেইটামান টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“জম্মু-কাশ্মীৰলৈ আৰু অধিক বিনিয়োগকাৰীক আকৃষ্ট কৰিবৰ বাবে প্ৰশাসনে যি উদ্যোগ গ্ৰহণ কৰিছে সেয়া দৃষ্টান্তমূলক। ইয়াৰ জৰিয়তে জনসাধাৰণৰ বাবে অধিক সুযোগ সৃষ্টি হোৱাটো নিশ্চিত হৈছে।"
*******
DS/AK/KG
(Release ID: 1809120)
Visitor Counter : 142
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada