প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী এন. বীৰেন সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 21 MAR 2022 5:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী এন. বীৰেন সিঙক অভিনন্দন জ্ঞাপন কৰে।

এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী @NBirenSingh জীক অভিনন্দন জনালো। মই নিশ্চিত যে তেওঁৰ টীম আৰু তেওঁ মণিপুৰক প্ৰগতিৰ নতুন শিখৰলৈ লৈ যাব আৰু যোৱা পাঁচ বছৰত কৰা ভাল কামৰ ধাৰা অব্যাহত ৰাখিব।"

 

***

DS/ST/SB


(ৰিলিজ আই ডি : 1808537) অতিথি কক্ষ : 173