প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় বেডমিণ্টন খেলুৱৈ আৰু অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট লক্ষ্য সেনক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 20 MAR 2022 11:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বেডমিণ্টন খেলুৱৈ তথা অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট লক্ষ্য সেনক প্ৰশংসা কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

"@lakshya_sen আপোনাৰ বাবে আমি গৌৰৱান্বিত! আপুনি যথেষ্ট শক্তি আৰু অধ্যৱসায় দেখুৱাইছিল। আপুনি আবেগেৰে যুঁজিছিল। আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা। মই নিশ্চিত যে আপুনি সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰি থাকিব। "

 

***

DS/ST/RD



(Release ID: 1808018) Visitor Counter : 109