পোষ্ট কৰা হৈছে:
16 MAR 2022 2:45PM by PIB Guwahati
পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী ভগৱন্ত মানক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী ভগৱন্ত মানজীক অভিনন্দন জনাইছোঁ। পঞ্জাৱৰ বিকাশ আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে আমি একেলগে কাম কৰিম।’
*******************************************************
DS/SH/KG