প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাৰ প্ৰাক্তন প্ৰধান জেনেৰেল এছ এফ ৰড্ৰিগছৰ মৃত্যুত শোক প্ৰকাশ কৰে

পোষ্ট কৰা হৈছে: 04 MAR 2022 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাপ্ৰধান এছ.এফ. ৰড্ৰিগছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"জেনেৰেল এছ এফ ৰড্ৰিগছৰ মৃত্যুত গভীৰ ভাৱে দুখিতঃ। ভাৰতক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু উৎকৃষ্ট সেৱাৰ বাবে দেশবাসী তেওঁৰ ওচৰত ঋণী হৈ থাকিব। কৌশলগত বিষয়ত তেওঁৰ গভীৰ বুজাবুজিৰ বাবে সকলোৱে তেওঁক সন্মান কৰিছিল। মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে আছে। ৰিপ। '

 

***

DS/ST/MANN


(ৰিলিজ আই ডি : 1805489) অতিথি কক্ষ : 212