প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কিংবদন্তী দবা চেম্পিয়ন মেগনাস কাৰ্লচেনৰ বিৰুদ্ধে আৰ প্ৰজ্ঞানন্দৰ বিজয়ত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 23 FEB 2022 3:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনলাইন দবা প্ৰতিযোগিতাত প্ৰখ্যাত চেম্পিয়ন মেগনাস কাৰ্লচেনৰ বিৰুদ্ধে আৰ প্ৰজ্ঞানন্দাৰ বিজয়ত আনন্দ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;

"যুৱ প্ৰতিভা আৰ প্ৰজ্ঞানন্দৰ সফলতাত আমি সকলোৱে আনন্দিত। বিখ্যাত চেম্পিয়ন মেগনাস কাৰ্লচেনৰ বিৰুদ্ধে বিজয় পঞ্জীয়ন কৰাৰ কৃতিত্বৰ বাবে গৌৰৱান্বিত। মই প্ৰতিভাশালী প্ৰজ্ঞানন্দক তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো। "

 

***

DS/SH/RD


(रिलीज़ आईडी: 1802553) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam