প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশিষ্ট গান্ধীবাদী নেত্ৰী শকুন্তলা চৌধুৰীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 21 FEB 2022 9:23AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট গান্ধীবাদী নেত্ৰী শকুন্তলা চৌধুৰী ডাঙৰীয়ানীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"গান্ধীবাদী আদৰ্শৰ প্ৰচাৰৰ ক্ষেত্ৰত কৰা জীৱনজোৰা প্ৰয়াসৰ বাবে শকুন্তলা চৌধুৰী ডাঙৰীয়ানী চিৰস্মৰণীয় হৈ ৰ'ব। শৰণীয়া আশ্ৰমত তেওঁৰ মহান কামে বহু লোকৰ জীৱনত যোগাত্মক প্ৰভাৱ পেলাইছিল। তেওঁৰ মৃত্যুৰ বাতৰিয়ে দুঃখিত কৰিছে। তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকললৈ সমবেদনা জনাইছো। ঔম শান্তি।"

 

***

DS/SH/SB


(रिलीज़ आईडी: 1800194) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam