প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 FEB 2022 10:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক অভিনন্দন জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণৰ বাবে আমাৰ মহাকাশ বিজ্ঞানীসকলক অভিনন্দন জনাইছো। ইঅ’এছ-০৪ উপগ্ৰহে কৃষি, বন আৰু বৃক্ষৰোপণ, মাটিৰ আৰ্দ্ৰতা আৰু জলবিজ্ঞানৰ লগতে বানপানীৰ মেপিঙৰ বাবে সকলো বতৰ পৰিস্থিতিতে উচ্চ ৰিজলিউশ্যন ছবি প্ৰদান কৰিব।"

***

DS/SH/SB


(रिलीज़ आईडी: 1798455) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Kannada , Malayalam , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu