প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট উদ্যোগপতি ৰাহুল বাজাজৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
12 FEB 2022 6:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট উদ্যোগপতি ৰাহুল বাজাজৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"বাণিজ্য আৰু উদ্যোগ জগতখনলৈ উল্লেখযোগ্য অৱদানৰ বাবে ৰাহুল বাজাজ জী স্মৰণীয় হৈ থাকিব। বাণিজ্যৰ বাহিৰেও, তেওঁ সমাজ সেৱাৰ প্ৰতি উৎসাহী আৰু এজন বিশিষ্ট সদালাপী ব্যক্তি আছিল। তেওঁৰ মৃত্যুত দুখ পাইছো। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জনাইছো। ঔম শান্তি।"
***
DS/SH/SB
(रिलीज़ आईडी: 1798242)
आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam