প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশত হিমস্খলনত ভাৰতীয় সেনাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 08 FEB 2022 8:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত হিমস্খলনত ভাৰতীয় সেনাৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,'অৰুণাচল প্ৰদেশত হিমস্খলনত ভাৰতীয় সেনাৰ জোৱান নিহত হোৱাৰ বাতৰিয়ে মোক ব্যথিত কৰিছে। দেশৰ প্ৰতি তেওঁলোকৰ উতকৃষ্ঠ সেৱাক আমি কেতিয়াও পাহৰিব নোৱাৰো। মই তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।'

***

DS/ST/MS


(ৰিলিজ আই ডি : 1797121) অতিথি কক্ষ : 134