প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চৌৰী চৌৰাৰ ঘটনাৰ শতবৰ্ষ পূৰ্তিত স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 FEB 2022 7:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৌৰী চৌৰাৰ ঘটনাৰ শতবৰ্ষ পূৰ্তি উপলক্ষ্যে স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলক স্মৰণ কৰে। উক্ত ঘটনাৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিত যোৱা বছৰ তেওঁ দিয়া ভাষণ প্ৰধানমন্ত্ৰীয়ে সকলোৰে সৈতে ভাগ বতৰা কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘আজি আমি চৌৰী চৌৰাৰ ঘটনাৰ এশ বছৰ পূৰ্ণ কৰিছোঁ। এই ঘটনাৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিত যোৱা বছৰ মই দিয়া ভাষণ সকলোৰে সৈতে ভাগ বতৰা কৰিছোঁ। আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলক স্মৰণ কৰি মই বিভিন্ন বিষয় সন্দৰ্ভত মত ব্যক্ত কৰিছিলোঁ।’

***

DS/SH/KG



(Release ID: 1796399) Visitor Counter : 134