প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২২ৰ ৩০ জানুৱাৰীৰ পুৱা ১১.৩০ বজাত মন কী বাত অনুষ্ঠিত হ'ব
प्रविष्टि तिथि:
23 JAN 2022 9:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২২ ৰ ৩০ জানুৱাৰীত অনুষ্ঠিতব্য 'মন কী বাত' গান্ধী জীক তেওঁৰ পুণ্য তিথিত স্মৰণৰ ঠিক পিছতেই পুৱা ১১:৩০ বজাত আৰম্ভ হ'ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইবুলি টুইট কৰে;
"৩০ তাৰিখে অনুষ্ঠিতব্য এই মাহৰ #MannKiBaat গান্ধী জীক তেওঁৰ পুণ্য তিথিত স্মৰণৰ ঠিক পিছতেই পুৱা ১১:৩০ বজাত আৰম্ভ হ'ব।"
***
DS/SH/SB
(रिलीज़ आईडी: 1792020)
आगंतुक पटल : 130
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Bengali
,
English
,
Urdu
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam