প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৫-১৮ বয়স সীমাৰ ভিতৰৰ যুৱপ্ৰজন্মৰ ৫০%ৰো অধিক সংখ্যকে প্ৰতিষেধকৰ প্ৰথম পালি লোৱাৰ বাবে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
19 JAN 2022 10:01AM by PIB Guwahati
১৫-১৮বয়স সীমাৰ ভিতৰৰ যুৱপ্ৰজন্মৰ ৫০%ৰো অধিক সংখ্যকে প্ৰতিষেধকৰ প্ৰথম পালি লোৱাৰ বাবে প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়াৰ এক বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়,
“যুৱ আৰু যৌৱনদীপ্ত ভাৰতে পথ প্ৰদৰ্শন কৰিছে”!
এয়া নিতান্তই উতসাহৰ বতৰা। এই ধাৰা অব্যাহত ৰাখক।
প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে ক’ভিড-১৯ সম্পৰ্কীয় সকলো বিধি-নিয়ম মানি চলাটো খুবেই জৰুৰী। সকলোৱে মিলি আমি এই মহামাৰীৰ বিৰুদ্ধে যুঁজি যাম”।
***
DS/SH/KB
(रिलीज़ आईडी: 1791145)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Gujarati
,
Marathi
,
Telugu
,
Kannada
,
Tamil
,
Bengali
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi