প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘শ্বহীদ দিৱস’ত শ্ৰী গুৰু টেগ বাহাদুৰ জীলৈ প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 08 DEC 2021 1:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ‘বলিদান দিৱস’ত গুৰুজনালৈ শ্ৰদাৰ্ঘ্য নিবেদন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ বলিদানৰ গাঁথা আমাৰ ইতিহাসৰ এক অবিস্মৰণীয় মুহূৰ্ত। তেওঁ জীৱনৰ শেষ নিঃশ্বাস পৰ্যন্ত অন্যায়ৰ বিৰুদ্ধে যুঁজি গৈছিল। আজিৰ এই দিনটোত মই শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ চৰণত প্ৰণিপাত জনাইছো।

অলপতে দিল্লীৰ ‘শিশ গঞ্জ ছাহিব’লৈ যোৱাৰ কেইটামান মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰিছো”।

 

*****

DS/SH/KB


(ৰিলিজ আই ডি : 1779646) অতিথি কক্ষ : 208