প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ :প্ৰধানমন্ত্ৰী

Posted On: 06 DEC 2021 11:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়:

“আজি ভাৰত-বাংলাদেশে স্মৰণ কৰিছে মৈত্ৰী দিৱস। আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ বন্ধুত্বৰ বুনিয়াদ। মই অনাগত সময়তো মহামহিম প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা সৈতে কাম কৰাৰ লগতে আমাৰ সম্পৰ্কৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণ আৰু প্ৰগাঢ় কৰাৰ কামনা কৰিছো”।

 

*****

DS/SH/KB



(Release ID: 1778709) Visitor Counter : 110