প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 NOV 2021 3:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জীক জন্মদিনৰ শুভেচ্ছা জনাইছো। সংসদীয় প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁৰ অনবদ্য জ্ঞান আৰু তেওঁৰ কাৰ্য্যক্ৰম পৰিচালনাৰ ধৰণ ব্যাপকভাৱে সমাদৃত। তেওঁ সংসদীয় আলাপ বৃদ্ধিৰ বাবে উল্লেখনীয় প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলো।"
****
DS/SH/SB
(ৰিলিজ আই ডি : 1777614)
অতিথি কক্ষ : 163
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam