প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 DEC 2021 10:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটোত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাগা সংস্কৃতিয়ে শৌৰ্য আৰু মানৱীয় মূল্যবোধক প্ৰতিফলিত কৰে। নাগালেণ্ডৰ জনসাধাৰণে ভাৰতৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।  অনাগত বছৰসমূহত নাগালেণ্ডৰ প্ৰগতিৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ।

 

****

DS/SH/KG


(रिलीज़ आईडी: 1777601) आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam