প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিপলছ পদ্ম সন্মান বিজয়ী দুলাৰী দেৱী জীক তেওঁ প্ৰদান কৰা উপহাৰৰ বাবে কৃতজ্ঞতা জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 NOV 2021 9:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিপলছ পদ্ম সন্মান বিজয়ী দুলাৰী দেৱী জীক তেওঁ প্ৰদান কৰা উপহাৰৰ বাবে কৃতজ্ঞতা জনায়৷

টুইটাৰযোগে শ্ৰী মোদীয়ে কয়, দুলাৰী দেৱী জী #PeoplesPadma সন্মান বিজয়ীসকলৰ অন্যতম৷ তেওঁ বিহাৰৰ মধুবানী জিলাৰ এগৰাকী প্ৰতিভাসম্পন্ন হস্তশিল্পী৷

বঁটা প্ৰদান অনুষ্ঠানৰ পাছত হোৱা অনানুষ্ঠানিক মত বিনিময় অনুষ্ঠানত তেওঁ মোক তেওঁৰ শিল্প কৰ্ম উপহাৰ হিচাপে দিয়ে৷ তেওঁ উপহাৰ পাই মই অভিভূত হৈ পৰিছো৷ তেওঁৰ প্ৰতি মোৰ কৃতজ্ঞতা জনালো৷

 

*****

DS/DB



(Release ID: 1771894) Visitor Counter : 113