প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন)ত শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
08 NOV 2021 10:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তকলা আৰু লোক শিল্পৰ দিশত ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন)ত শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দ প্ৰকাশ কৰে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “হস্তকলা আৰু লোক শিল্পৰ দিশত @ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন)ত শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দিত হৈছো৷ এয়া শ্ৰীনগৰৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি উপযুক্ত স্বীকৃতি৷ জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ প্ৰতি অভিনন্দন জনালো৷”
*****
DS/SH/DB
(Release ID: 1771893)
Visitor Counter : 140
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam