প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন)ত শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 08 NOV 2021 10:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তকলা আৰু লোক শিল্পৰ দিশত ইউনেস্ক সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন) শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দ প্ৰকাশ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “হস্তকলা আৰু লোক শিল্পৰ দিশত @ইউনেস্ক সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন) শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দিত হৈছো৷ এয়া শ্ৰীনগৰৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি উপযুক্ত স্বীকৃতি৷ জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ প্ৰতি অভিনন্দন জনালো৷

*****

DS/SH/DB


(रिलीज़ आईडी: 1771893) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam