প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 01 NOV 2021 9:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মোৰ ভাই-ভনীসকলক বহুত বহুত শুভেচ্ছা জনাইছো৷ অন্ধ্ৰপ্ৰদেশৰ লোকসকলক তেওঁলোকৰ দক্ষতা, সংকল্প আৰু দৃঢ়তাৰ বাবে সকলোৱে জানে৷ সেইবাবেই তেওঁলোক বিভিন্ন ক্ষেত্ৰত সফল হয়৷ অন্ধ্ৰপ্ৰদেশৰ লোকসকল সদায় সুখী, সুস্থ আৰু সফল হওক, তাকে কামনা কৰিলো৷

 

****

DS/SH/DB


(Release ID: 1769991) Visitor Counter : 164