প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ক’ভাক্সিনক অষ্ট্ৰেলিয়াৰ স্বীকৃতি প্ৰদানৰ বাবে মহামহিম স্কট মৰিছনক ধন্যবাদ জনাইছে

পোষ্ট কৰা হৈছে: 01 NOV 2021 8:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম স্কট মৰিছনক ভাৰতৰ ক’ভাক্সিনক অষ্ট্ৰেলিয়াৰ স্বীকৃতি প্ৰদানৰ বাবে ধন্যবাদ জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"ভাৰতৰ ক’ভাক্সিনক অষ্ট্ৰেলিয়াৰ স্বীকৃতি প্ৰদানৰ বাবে মই মোৰ মৰমৰ বন্ধু @ScottMorrisonMP ক ধন্যবাদ জনাইছো। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক’ভিড-পৰৱৰ্তী অংশীদাৰিত্বত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।"

 

****

DS/SH/SB


(ৰিলিজ আই ডি : 1769977) অতিথি কক্ষ : 198