প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘কৰ্ণাটক ৰাজ্যোত্সৱ’ উপলক্ষে নাগৰিকসকললৈ শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 NOV 2021 9:32AM by PIB Guwahati
‘কৰ্ণাটক ৰাজ্যোত্সৱ’ উপলক্ষে ৰাজ্যখনৰ নাগৰিকসকললৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“কৰ্ণাটক ৰাজ্যোত্সৱৰ বিশেষ উপলক্ষত শুভকামনা জনাইছো। ৰাজ্যবাসীয়ে প্ৰদৰ্শন কৰি অহা অভিনৱ উত্সাহে কৰ্ণাটকক এক বিশেষ পৰিচিতি প্ৰদান কৰিছে। উত্কৃষ্ট গৱেষণা আৰু উদ্যোগশীলতাৰ ক্ষেত্ৰত ৰাজ্যখনে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আগন্তক সময়ত কৰ্ণাটকে সাফল্যৰ নতুন শিখৰ স্পৰ্শ কৰক”।
****
DS/SH/KB
(ৰিলিজ আই ডি : 1768761)
অতিথি কক্ষ : 142
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam