প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেৰালা পিৰাৱী দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 01 NOV 2021 9:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালা পিৰাৱী দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;

"কেৰালা পিৰাৱী দিৱসৰ শুভেচ্ছা জনাইছোঁ। কেৰালা সদায়েই ইয়াৰ মনোমোহা প্ৰাকৃতিক দৃশ্যপট আৰু মানুহৰ পৰিশ্ৰমী প্ৰকৃতিৰ বাবে ব্যাপকভাৱে প্ৰশংসিত। কেৰালাৰ প্ৰতিগৰাকী লোক তেওঁলোকৰ বিভিন্ন প্ৰচেষ্টাত সফল হওঁক। "

 

****

DS/SH/RD


(ৰিলিজ আই ডি : 1768757) অতিথি কক্ষ : 153