প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰততত্ববিদ আৰু সাংস্কৃতিক বিশেষজ্ঞসকলৰে মিলিত হ’ল প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 30 OCT 2021 12:06AM by PIB Guwahati

ইটালীৰ বিশ্ববিদ্যালয়সমূহৰ পৰা সমবেত হোৱা ভাৰততত্ববিদ আৰু সাংস্কৃতিক বিশেষজ্ঞসকলক সাক্ষাত্ কৰাৰ লগতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভাৰতীয় সংস্কৃতি, সাহিত্য তথা যোগ আৰু আয়ুৰ্বেদৰ অনুশীলনৰ প্ৰতি তেওঁলোকে প্ৰদৰ্শন কৰি অহা আগ্ৰহৰ কথা বিশেষ ভাবে উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইটালীৰ মাজৰ বন্ধুত্বসুলভ সম্পৰ্ক প্ৰগাঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়াই অহা অৱদানৰ ভূয়সী প্ৰশংসা কৰে।

.

****

DS/AK/KB


(रिलीज़ आईडी: 1768441) आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam