প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আৰক্ষী স্মাৰক দিৱস উপলক্ষে শ্বহীদ আৰক্ষী জোৱানলৈ প্ৰধামন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 21 OCT 2021 10:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰক্ষী স্মাৰক দিৱস উপলক্ষে শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আৰক্ষী স্মাৰক দিৱস উপলক্ষে আমাৰ আৰক্ষী বাহিনীয়ে আইন-শৃংখলা ৰক্ষাৰ লগতে প্রয়োজনত আনক সহায় কৰাৰ যি প্ৰচেষ্টা হাতত হৈ আহিছে, মই সেই প্ৰচেষ্টাৱলী প্রশংসা কৰিছো৷ কর্তব্যৰত অৱস্থাত যিসকল আৰক্ষী জোৱানে প্রাণ হেৰুৱাইছে, সেই সকলোকে মই শ্রদ্ধাঞ্জলি জনাইছো৷

 

****

DS/SH/DB



(Release ID: 1766518) Visitor Counter : 124