প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম শতবাৰ্ষিকী উপলক্ষে আৰ কে লক্ষণক স্মৰণ প্রধানমন্ত্রীৰ

Posted On: 24 OCT 2021 10:30AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশিষ্ট কাৰ্টুনিষ্ট আৰ কে লক্ষণক তেওঁ জন্ম শতবার্ষিকী উপলক্ষে শ্রদ্ধাঞ্জলি জনায়৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত 'টাইমলেছ লক্ষণ' শীৰ্ষক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁ আগবঢ়োৱা ভাষণ শ্বেয়াৰ কৰে।

টুইটাৰযোগে প্রধানমন্ত্রী কয়, “বহুমুখী প্রতিভাৰ অধিকাৰী আৰ কে লক্ষণক তেওঁ জন্ম শতবার্ষিকীত স্মৰণ কৰিছোকাৰ্টুনৰ জৰিয়তে তেওঁ সমসাময়িক সামাজিক-ৰাজনৈতিক বাস্তৱতাক সুন্দৰভাৱে দাঙি ধৰিছিল৷ ২০১৮চনত টাইমলেছ লক্ষণ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত মই আগবঢ়োৱা ভাষণ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো৷

 

****

DS/SH/DB



(Release ID: 1766516) Visitor Counter : 130