পোষ্ট কৰা হৈছে:
23 SEP 2021 4:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি বছৰ সম্পূৰ্ণ হোৱাৰ পিছত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সেৱা আঁচনি আয়ুষ্মান ভাৰত পিএমজেৱাইক প্ৰশংসা কৰে।
মাইগভইণ্ডিয়াক দিয়া উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"যোৱা বছৰ স্বাস্থ্যসেৱাৰ গুৰুত্ব আৰু অধিক স্পষ্টভাৱে বুজি পোৱা গৈছে।
দেশৰ নাগৰিকসকলৰ বাবে উচ্চ মানদণ্ডৰ আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাটো আমাৰ প্ৰতিশ্ৰুতি। আয়ুষ্মান ভাৰত হৈছে প্ৰধানমন্ত্ৰী-জেৱাইৰ দৃষ্টিভংগী পূৰণ কৰাৰ এক মাধ্যম। #3YearsofPMJAY"
****
DS/SH/RD