প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণকালত স্বাক্ষৰিত বুজবুজি চুক্তি/চুক্তিৰ তালিকা
प्रविष्टि तिथि:
09 OCT 2021 3:23PM by PIB Guwahati
|
ক্ৰ.নং
|
বুজবুজি চুক্তি/চুক্তিৰ নাম
|
ভাৰতৰ হৈ চুক্তি হস্তান্তৰ
|
ডেনমাৰ্কৰ হৈ চুক্তি হস্তান্তৰ
|
|
১
|
ভূগর্ভস্থ জলসম্পদ আৰু উৎস সম্পৰ্কীয় মানচিত্র প্ৰস্তুতকৰণত হায়দৰাবাদৰ নেচনেল জিঅ’ফিজিকেল ৰিছার্চ ইনষ্টিটিউটৰ কাউন্সিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডিষ্ট্ৰিয়েল ৰিছার্চ, ডেনমার্কৰ আৰহাছ বিশ্ববিদ্যালয় আৰু ডেনমার্ক আৰু গ্রিনলেণ্ডৰ জিয়’লজিকেল ছার্ভে প্রতিষ্ঠানৰ মাজত বুজবুজি চুক্তি৷
|
চিএছআইআৰ-নেচনেল ডিঅ’ফিজিকেল ৰিছাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক ড০ ভি এম তিৱাৰী, উপ্পন ৰোড, হায়দৰাবাদ, (তেলেংগানা)
|
ৰাষ্ট্ৰদূত ফ্ৰেডী ভেন
|
|
২
|
ভাৰতৰ বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদ আৰু ডেনমার্কৰ ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ এণ্ড ডেনিচ পেটেণ্ট এণ্ড ট্রেডমার্ক অফিছৰ মাজত পৰম্পৰাগত জ্ঞান সম্পৰ্কীয় ডিজিটেল লাইব্রেৰীৰ ব্যৱহাৰৰ সুবিধা৷
|
চিএছআইআৰৰ পৰম্পৰাগত জ্ঞান সম্পৰ্কীয় ডিজিটেল লাইব্রেৰী ইউনিটৰ মুৰব্বী ড০ বিশ্বজননী জে চাত্তেগেৰী
|
ৰাষ্ট্রদূত ফ্রেডি ভেন
|
|
৩
|
ক্রান্তীয় জলবায়ু সম্পৰ্কীয় নেচাৰেল ৰেফ্রিজাৰেণ্টছ গঢ় দিয়াৰ বাবে এক উৎকর্ষকেন্দ্র স্থাপনত বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অপ চায়েন্স আৰু ডেনফছ ইণ্ডাষ্ট্ৰীজ প্রাইভেট লিমিটেডৰ মাজত বুজাবুজি চুক্তি
|
বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্সৰ সঞ্চালক অধ্যাপক গোবিন্দন ৰংগৰাজন
|
ডেনফছ ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰীযুত ৰবিচন্দ্রন পুৰুষোত্তম
|
|
৪
|
ভাৰত চৰকাৰৰ দক্ষতা উন্নয়ন আৰু উদ্যোগ মন্ত্ৰালয় আৰু ডেনমার্ক চৰকাৰৰ মাজত যৌথ আগ্রহপত্র
|
দক্ষতা উন্নয়ন আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিব শ্রী ৰাজেশ আগৰৱাল
|
ৰাষ্ট্রদূত ফ্রেডি ভেন
|
ওপৰোক্ত চুক্তিসমূহৰ উপৰি নিম্নোলিখিত বাণিজ্যিক চুক্তিসমূহো ঘোষণা কৰা হৈছেঃ-
|
ক.
|
হাইড্র’জেন ইলেক্ট্রোলাইজাৰ উদ্ভাৱন আৰু ইয়াৰ উৎপাদন তথা ভাৰতত হাইড্র’জেন ইলেক্ট্রোলাইজাৰ ব্যৱহাৰৰ লক্ষ্যৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু ষ্টিয়েচডাল ফুৱেল টেকন’লজিৰ মাজত বুজাবুজি চুক্তি৷
|
|
খ.
|
ডেনমার্কত বহনক্ষণ সমাধানভিত্তিক উৎকর্ষকেন্দ্র স্থাপনত ইনফ’ছিছ টেকন’লজিছ আৰু আৰহাছ বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি৷
|
|
গ.
|
সমাধান সম্পৰ্কীয় জ্ঞান আদান-প্রদানৰ প্রসাৰত আৰু অর্থনীতিৰ পৰিৱেশ অনুকূল পৰিৱৰ্তনত গৱেষণাধর্মী কাম-কাজৰ সা-সুবিধাৰ লক্ষ্যৰে কৌশলগত অংশীদাৰিত্ব গঢ় দিবলৈ অবজাৰভাৰ ৰিছাৰ্চ ফাউণ্ডেচন আৰু ‘ষ্টেট অফ গ্রিন’ প্রতিষ্ঠানৰ মাজত বুজাবুজি চুক্তি৷
|
****
DS/SH/DB
(रिलीज़ आईडी: 1765092)
आगंतुक पटल : 216
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam