প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহা নৱমীত মা সিদ্ধিদাত্রীৰ প্রতি প্রধানমন্ত্রীৰ প্রার্থনা
प्रविष्टि तिथि:
14 OCT 2021 10:02AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে নৱৰাত্রিৰ মহা নৱমীত মা সিদ্ধিদাত্রীক আৰাধনা কৰিছে আৰু প্রত্যেকৰ বাবে আশীৰ্বাদ প্রার্থনা কৰিছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, “নৱৰাত্রিৰ মহা নৱমীত মা সিদ্ধিদাত্রীৰ পূজা অর্চনা হয়। প্রার্থনা কৰিছো তেওঁৰ আশীৰ্বাদত প্রত্যেকৰে নিজ নিজ কার্য সিদ্ধি হওক। মা সিদ্ধিদাত্রীৰ ভক্তসকলৰ উদ্দেশ্যে তেওঁৰ এটি স্তুতি নিবেদন কৰিলো https://t.co/YYTr3oNm5Y।”
****
DS/SH
(रिलीज़ आईडी: 1764633)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam