প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত ‘ৰাজমাতা’ বিজয়া ৰাজে চিন্ধিয়ালৈ শ্ৰদ্ধা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
12 OCT 2021 9:05AM by PIB Guwahati
জন্ম জয়ন্তীত ‘ৰাজমাতা’ বিজয়া ৰাজে চিন্ধিয়ালৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“জন্ম জয়ন্তীত ‘ৰাজমাতা’ বিজয়া ৰাজে চিন্ধিয়ালৈ শ্ৰদ্ধা নিবেদন কৰিছো। জন-সেৱাৰ নামতে তেওঁৰ সম্পূৰ্ণ জীৱন উচৰ্গিত আছিল। তেওঁ সহাসী হোৱাৰ লগতে দয়ালুও আছিল। আজি যদি বিজেপিয়ে ৰাইজৰ বিশ্বাসভাজন দল হিচাপে পৰিচতি অৰ্জন কৰিবলৈ সক্ষম হৈছে, সেয়া ‘ৰাজমাতা জী’ৰ দৰে দলৰ পুৰোধাসকলৰ জনহিতৈষী কৰ্ম আৰু ব্যক্তিত্বৰ বাবেই সম্ভৱ হৈছে”।
***
DS/SH/KB
(रिलीज़ आईडी: 1763903)
आगंतुक पटल : 237
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam