প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্রীতত মা কুশমণ্ডা আৰু মা স্কন্দমাতাৰ উদ্দেশ্যে প্রধানমন্ত্রীৰ প্রার্থনা
পোষ্ট কৰা হৈছে:
10 OCT 2021 10:00AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে নৱৰাত্রীত মা কুশমণ্ডা আৰু মা স্কন্দমাতাৰ ওচৰত ভক্তসকলৰ বাবে আশীর্বাদ প্রার্থনা কৰিছে। তেওঁ দুই দেৱীৰ উদ্দেশ্যে ৰচিত স্তুতি নিবেদন কৰে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কয়ঃ
“ নৱৰাত্রীত মা স্কন্দমাতাৰ উপাসনা কৰা হয়। মা স্কন্দমাতাই তেওঁৰ ভক্তসকলক সকলো প্রতিকূল পৰিস্থিতি মোকাবিলা কৰাৰ শক্তি দিয়ক, সেই প্রার্থনা কৰো।“
*******
DS
(ৰিলিজ আই ডি : 1763856)
অতিথি কক্ষ : 185
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam