প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জাপানৰ নৱনির্বাচিত প্রধানমন্ত্রী কিশিদা ফুমিওক অভিনন্দন জনায় প্রধানমন্ত্রীয়ে

Posted On: 04 OCT 2021 4:43PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জাপানৰ নৱনির্বাচিত প্রধানমন্ত্রী কিশিদা ফুমিওকে

 আভিনন্দন জনায়।

 

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে;

 

“জাপানৰ নতুন প্রধানমন্ত্রী কিশিদা ফুমিওক অভিনন্দন আৰু শুভেচ্ছা। মই বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বক অধিক শক্তিশালী কৰি তুলিবলৈ আৰু আমাৰ অঞ্চলত তথা ইয়াৰ বাহিৰত শান্তি-সমৃদ্ধিক আগুৱাই লৈ যাবলৈ তেওঁৰ সৈতে কাম কৰাৰ বাবে উন্মুখ হৈ আছো।”

 

****

 

DS/SH



(Release ID: 1761371) Visitor Counter : 139